Begin typing your search above and press return to search.

পদক ঘূৰাই দিলে আলী আছাদে

পাকিস্তানৰ মল্লযুঁদ্ধা আলী আছাদৰ পৰা নিষিদ্ধ প্ৰদৰ্শন বৃদ্ধি কৰা ড্ৰাগছ ,দেহত পজিটিভ পোৱাৰ পিছতে পদক ঘূৰাই লোৱা হৈছিল

পদক ঘূৰাই দিলে আলী আছাদে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2022-09-24T15:55:40+05:30

ISLAMABAD :বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত ৫৭ কেজি শাখাত দেশৰ হৈ ব্ৰঞ্জৰ পদক দখল কৰা পাকিস্তানৰ মল্লযুঁজাৰু আলী আছাদৰ পৰা নিষিদ্ধ প্ৰদৰ্শন বৃদ্ধি কৰা,ড্ৰাগছ দেহত পজিটিভ পোৱাৰ পিছতে পদক কাঢ়ি নিয়া হৈছিল। কমনৱেলথ গেমছ ২০২২ৰ পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কিলোগ্ৰাম মল্লযুঁজ ইভেণ্টত নিউজিলেণ্ডৰ সুৰজ সিঙক ৫৫ ছেকেণ্ডত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰি পাকিস্তানে ৫টা পদক লাভ কৰিছিল -- এই শাখাত দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জ।

বৃহস্পতিবাৰে প্ৰকাশ পাইছে যে, পাকিস্তান এৰি চি ডব্লিউ জিলৈ যোৱাৰ পূৰ্বে খেলুৱৈগৰাকীয়ে নিষিদ্ধ প্ৰদৰ্শন বৃদ্ধি কৰা ঔষধ ধৰা পেলোৱাৰ বাবে পৰীক্ষা কৰিছিল, যিটো পজিটিভ বুলি বৃহস্পতিবাৰে প্ৰকাশ পাইছে। আইএএনএছ

লগতে পঢ়ক:হায়দৰাবাদৰ ছেকেণ্ডাবাদ জিমখানা খেলপথাৰত টিকটৰ বাবে হুলস্থুল

Next Story