অগণন অনুৰাগীক স্তম্ভিত কৰি আকস্মিকভাবে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে মহেন্দ্ৰ সিং ধোনীয়ে। ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়কজনে সামাজিক মাধ্যমযোগে অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে।
আন্তঃজাৰ্তিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ধোনীৰ
ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়কজনে সামাজিক মাধ্যমযোগে অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে।

Next Story