Begin typing your search above and press return to search.

মণিপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

মণিপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেলৰ  পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Oct 2021 7:36 AM GMT


মণিপুৰ বিশ্ববিদ্যালয়ত, জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত মকৰলৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'।

খালী পদৰ সংখ্যা : ০১টা

বয়স : উল্লেখ নাই।

দৰমহা : ৩১,০০০/- টকা + ৮% HRA = ৩৩,৪৮০/- টকা, মাহিলী

প্ৰকল্পৰ নাম : Biosocial Risk Factors and VDR Gene Predisposition to Urolithiasis among the Meiteis of Manipur: A Case–Control Study

অৱস্থান : চাঞ্চিপুৰ, ইম্ফল, মণিপুৰ

অন্তিম তাৰিখ : ২৭/১০/২০২১

সাক্ষাৎকাৰৰ তাৰিখ : ২৮/১০/২০২১

শিক্ষাগত অৰ্হতা :

মণিপুৰ বিশ্ববিদ্যালয়ত, জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ন্যূনতম ৬০% নম্বৰ সহ নৃ-বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ হ'ব লাগিব।

আকাংক্ষিত :

UGC/CSIR–NET উত্তীৰ্ণ। নৃবিজ্ঞান বিষয় ক্ষেত্ৰ কৰ্মৰ অভিজ্ঞ আৰু এম. এচ. অফিচৰ জ্ঞান থকা।

আবেদনৰ প্ৰক্ৰিয়া :

• আবেদনৰ কৰিবৰ বাবে প্ৰাৰ্থীয়ে এখনি উকা কাগজত নিজৰ আবেদন লিখিত ৰূপত উল্লেখিত লিংক লৈ প্ৰেৰণ কৰিব লাগিব।

https://forms.gle/iY5W2xUsqz69fWuC8

• সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থী সকলে নিজ শিক্ষাগত অৰ্হতাৰ নথি পত্ৰ সমূহৰ প্ৰকৃত প্ৰতিলিপি আনিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• সাক্ষাৎকাৰৰ দিন ২৮অক্টোবৰ, ২০২১ তাৰিখ, বিয়লি ১বজাৰ পৰা।

স্থান : নৃবিজ্ঞান বিভাগ, মণিপুৰ বিশ্ববিদ্যালয়, চাঞ্চিপুৰ, ইম্ফল, মণিপুৰ


আৰু চাব পাৰে: গোলাঘাটৰ জয়া গগৈ কলেজত অধ্যক্ষৰ পদ খালী

Next Story
চাকৰি