Begin typing your search above and press return to search.

গোলাঘাটৰ জয়া গগৈ কলেজত অধ্যক্ষৰ পদ খালী

এই পদৰ বিৱৰণ, দৰমহাৰ স্কেল আদিৰ বিষয়ে তলত উল্লেখ কৰা হৈছে:-

গোলাঘাটৰ জয়া গগৈ কলেজত অধ্যক্ষৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Oct 2021 10:44 AM GMT


গোলাঘাটৰ জয়া গগৈ কলেজে অধ্যক্ষ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৫৫ বছৰ।

দৰমহাঃ জয়া গগৈ কলেজৰ নিয়মানুসৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১ নৱেম্বৰ, ২০২১।

নিযুক্তিৰ স্থানঃ খুমটাই, গোলাঘাট।

অৰ্হতাঃ ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী। সংশ্লিষ্ট বিষয়ত পি এইচ ডি। প্ৰকাশিত গৱেষণা পত্ৰ থাকিব লাগিব। উচ্চ শিক্ষা প্ৰতিষ্ঠানত সহযোগী অধ্যাপকৰূপে ১৫ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন পত্ৰ President, Governing Body , Joya Gogoi College, Khumtai-এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

আবেদনৰ পত্ৰৰ লগত ৫ হেজাৰ টকাৰ ডিমাণ্ড ড্ৰাফট জমা দিব লাগিব। এই ডিমাণ্ড ড্ৰাফট Principal & Secy, Joya Gogoi College, Khumtai payable at SBI , Golaghat Branch, Golaghat- হকে প্ৰেৰণ কৰিব লাগিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰেঃ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত ৰাজহ চিৰস্তাদাৰৰ পদ খালী

Next Story
চাকৰি