Begin typing your search above and press return to search.
OVOVO Guwahati-ত ৬ টা পদ খালী
OVOVO Guwahati য়ে বিপণন কাৰ্যবাহী, কম্পিউটাৰ অপাৰেটৰ আৰু পিনয়নৰ ৬টা পদত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

OVOVO Guwahati-ত ৬ টা পদ খালী
OVOVO Guwahati য়ে বিপণন কাৰ্যবাহী, কম্পিউটাৰ অপাৰেটৰ আৰু পিনয়নৰ ৬টা পদত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।
আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইনত আবেদন জনাব পাৰে।
পদসমূহঃ
কম্পিউটাৰ অপাৰেটৰঃ
খালী পদৰ সংখ্যাঃ ১টা।
শিক্ষাগত অৰ্হতাঃ স্নাতক আৰু পি জি ডি চি এ।
বিপণন কাৰ্যবাহী ( Marketing Executive)
খালী পদৰ সংখ্যা: ৪টা।
শিক্ষাগত অৰ্হতাঃ স্নাতক।
পিয়নঃ
খালী পদৰ সংখ্যাঃ ১টা।
শিক্ষাগত অৰ্হতাঃ তথ্য উপলব্ধ নহয়। সংশ্লিষ্ট ক্ষেত্ৰত কামত ন্যূনতম এবছৰৰ অভিজ্ঞতা থাকিব লাগিব।
বয়সৰ সীমাঃ ১৮-ৰ পৰা ৩৫ বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-১২-২০২১।
আগ্ৰহী প্ৰাৰ্থীয়ে info@ovovo.co.in . Contact number: 8134071104/ 7577023622- লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰেঃ কৰিমগঞ্জৰ উপায়ুক্ত কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী
Next Story