কৰিমগঞ্জৰ উপায়ুক্ত কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী

কৰিমগঞ্জৰ উপায়ুক্ত কাৰ্যালয়ে কনিষ্ঠ সহায়কৰ ২ টা খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাব।
কৰিমগঞ্জৰ উপায়ুক্ত কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী

কৰিমগঞ্জৰ উপায়ুক্ত কাৰ্যালয়ে কনিষ্ঠ সহায়কৰ ২ টা খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  এই বিষয়ে তলত সবিশেষ তথ্য পাব। 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ 

 প্ৰয়োজনীয় তথ্য

পদৰ নাম 

কনিষ্ঠ সহায়ক। 

খালী পদৰ সংখ্যা

০২টা। 

বয়স

০১-০১-২০২১-ত ১৮ৰ পৰা ৪০ বছৰ। 

দৰমহা 

মাহিলী ১৪,০০০টকাৰ পৰা ৬০ হেজাৰ টকা। 

নিযুক্তিৰ স্থান

কৰিমগঞ্জ, অসম। 

অন্তিম তাৰিখ

১০ ডিচেম্বৰ, ২০২১। 

ৱেবছাইটঃ karimganj.gov.in। 

 অৰ্হতা:

কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লমা থাকিব লাগিব। 

বয়স ৰেহাইঃ অ বি চি / এম অ বি চি প্ৰাৰ্থী: ৩ বছৰ। এছ চি-এছ টিৰ প্ৰাৰ্থীঃ ৫ বছৰ। বিশেষভাবে সক্ষম প্ৰাৰ্থীঃ ১০ বছৰ। 

আবেদন প্ৰক্ৰিয়া:

আবেদন জনোৱাৰ পূৰ্বে কৰিমগঞ্জ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৱেবছাইট karimganj.gov.in চাব। 

উক্ত ৱেবছাইটত Recruitment or Careers অপচনত ক্লিক কৰিব। 

এই ৱেবছাইট বা  Notification Link-ৰ পৰা কনিষ্ঠ সহায়ক পদৰ বাবে আবেদন পত্ৰ ডাউনলোড কৰিব। 


আবেদন পত্ৰ পূৰণৰ পূৰ্বে শেষ তাৰিখ চাব। 

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব। 

আবেদনৰ মাচুল পৰিশোধ কৰিব। 


সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ Deputy Commissioner, Karimganj, P.O.P.S District Karimganj, Assam, Pin Code – 788710.-লৈ প্ৰেৰণ কৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com