শ্বিলং তীৰ খেলৰ লাইভ আপডেট: শ্বিলং তীৰ খেল হৈছে আন এক বৈধ আৰ্চাৰী নিৰ্ভৰ লটাৰী খেল। এই খেল খাচী হিলচ আৰ্চাৰী স্পৰ্টছ এছোচিয়েচনে আয়োজন কৰে। এই এছোচিেচন শ্বিলঙৰ ১২ টা আৰ্চাৰী ক্লাবৰে গঠিত। এই তীৰ খেল বিগত ১২ বছৰ ধৰি আয়োজন কৰি অহা হৈছে। ইয়াৰ ফলাফল meghalayateer.comতো পাব।
আজি, ৭ জুলাই, ২০২২ৰ জুৱাইৰ তীৰ খেলৰ ফলাফল
প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ ✅ শ্বিলং তীৰ খেলৰ হীট নম্বৰৰ ফলাফল বিয়লি 4:30 বজাত আৰু ৫ বজাত ৰাজহুৱা কৰা হয় । টিকট ক্ৰয় কৰাসকলৰ সৌভাগ্য কামনা কৰিলো।
১৯৮২ত মেঘালয় চৰকাৰে আয়ৰ ভাল উত্স হিচাপে তীৰ খেলক আইনী বৈধতা দিয়ে। মেঘালয় বিধানসভাই ১৯৮২ত মেঘালয় মনোৰঞ্জন আৰু জুৱা কৰ(সংশোধনী)আইন গৃহীত কৰে। ইয়াৰ উদ্দেশ্য আছিল এই তীৰ খেলৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা।
Date | F/R(2:45pm) | S/R(3:10pm) |
7-Jul-22 | 84 | 92 |
6-Jul-22 | 43 | 59 |
5-Jul-22 | 15 | 23 |
4-Jul-22 | 79 | 22 |
2-Jul-22 | 36 | 35 |
1-Jul-22 | 78 | 39 |
আজি, ৭ জুলাই, ২০২২ৰ, শ্বিলঙৰ তীৰ খেলৰ ফলাফল
এই পৰম্পৰাগত তীৰ খেল সমগ্ৰ মেঘালয়ত জনপ্ৰিয়। শ্বিলঙৰ উপৰি জুৱাই আৰু লেড্ৰাইম্বাৰতো তীৰ খেলৰ আয়োজন কৰা হয়। জুৱাই তীৰ খেল দুটা ৰাউণ্ডত খেলা হয়। বিয়লি ২-১৫ত প্ৰথম ৰাউণ্ডৰ আৰু ৩ বজাত দ্বিতীয় ৰাউণ্ডৰ ফলাফল ঘোষণা কৰা হয়।
Date | F/R(4:30pm) | S/R(5:30pm) |
7-Jul-22 | 01 | xx |
6-Jul-22 | 90 | 13 |
5-Jul-22 | 29 | 93 |
4-Jul-22 | 0 | 71 |
2-Jul-22 | xx | 53 |
1-Jul-22 | 72 | 70 |
তীৰ খেলৰ নিয়মাৱলীসমূহঃ
লক্ষ্যস্থানত আঘাত কৰাৰ বাবে লোৱা কাঁড়ৰ সংখ্যা প্ৰথম ৰাউণ্ডত ৩০ডালতকৈ কম আৰু ৫০তকৈ অধিক হ'ব নালাগিব। দ্বিতীয় ৰাউণ্ডত কাঁড়ৰ সংখ্যা ২০ ডাল হব লাগিব। বিজয়ীয়ে কাঁড়ৰ সংখ্যাৰ শেষৰ দুটা নম্বৰ শুদ্ধকৈ নিৰূপন কৰিব লাগিব। যদি এজন মানুহে প্ৰথম ৰাউণ্ডত তীৰৰ ড্ৰীম নম্বৰ শুদ্ধকৈ নিৰূপন কৰিব পাৰে, তেন্তে তেওঁ প্ৰতিটোতে ১ টকাৰ বাজীৰ বিপৰীতে ৯০ টকাকৈ পাব। যদি খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডত নম্বৰটো নিৰূপণ কৰিব পাৰে, তেন্তে তেওঁলোকে প্ৰতিটোতে ১ টকাৰ বাৰীৰ বিপৰীতে ৬০ টকাকৈ পাব।