মিজোৰাম বিধান সভা নিৰ্বাচন-২০১৮ ফলাফল Live Update

মিজোৰাম বিধান সভা নিৰ্বাচন-২০১৮ ফলাফল Live Update
Published on: 

উত্তৰ-পূৰ্বাঞ্চলত ভেটি শেষ কংগ্ৰেছৰ। অধিকাংশ সমষ্টিতে কংগ্ৰেছৰ বিপক্ষে মিজো নেচেনেল ফ্ৰণ্টৰ ব্যাপক অগ্ৰগতি।এতিয়ালৈ হোৱা ভোট গণনাত ২৩ আসনত জয় লাভ কৰিছে মিজো নেচেনেল ফ্ৰণ্টে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী পৰাস্ত।

মুঠ আসন=40

বিজেপি= ১(জয়)

কংগ্ৰেছ= ৫(জয়)

এম এন এফ=২৩(জয়),৩(অগ্ৰগতি)

অন্যান্য=৫ (জয়), ৩(অগ্ৰগতি)

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com