Category - ব্ৰেকিং নিউজ

krittika-karbi-
ব্ৰেকিং নিউজ

প্ৰেমিকৰ ভাড়াঘৰত কন্ঠশিল্পী কৰবী দাসৰ আত্মহত্যা: ৰহস্যৰ আবৰ্তত

  গুৱাহাটীৰ প্ৰেমিকৰ ভাড়াঘৰত ৰহস্যজনক ভাৱে আত্মহত্যা কৰে কন্ঠশিল্পী কৰবী দাসে । সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আবৰ্তত সোমাই পৰিছে । কন্ঠশিল্পী কৰবী দাসৰ মৃতদেহ চীপ লোৱা অবস্থাত উদ্ধাৰ কৰে ।আজি গুৱাহাটীৰ শ্ৰীমন্তপুৰ এলেকাৰ এটা ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে উদীয়মান শিল্পীগৰাকীৰ...

Read More
ব্ৰেকিং নিউজ

ৰাজ্যসভাৰ পৰা পদত্যাগ অসমৰ কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ

  অসমৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই সাংসদ পদৰ পৰা পদত্যাগ কৰিছে।কিছুসময় পূৰ্বে সকলোকে আচৰিত কৰি তাৎক্ষনিকভাৱে লোৱা সিদ্ধান্তত সকলোকে আচৰিত কৰি তুলিছে...

ব্ৰেকিং নিউজ

জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ ৩৭০ অনুচ্ছেদ

  জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ ৩৭০ অনুচ্ছেদ ।  ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ উল্লেখ্য যে সংবিধানৰ...

ব্ৰেকিং নিউজ

স্বেতা আগৰৱালা হত্যাকাণ্ড: গোবিন্দ সিংঘালক ফাঁচীৰ ৰায়

  আজি ঘোষণা কৰিলে শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ ৰায় । আগৰৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক ফাঁচী। গোবিন্দৰ মাতৃ–ভগ্নীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়...

ব্ৰেকিং নিউজ শীৰ্ষ বাতৰি

জনগোষ্ঠীয় লোকসকলৰ ভূমি সুৰক্ষা কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ

  অসম চৰকাৰে জনগোষ্ঠীয় লোক সকলৰ ভূমি সুৰক্ষা বাবে বিভাগক প্ৰয়োজনীয় সংশোধনি কৰিবলৈ প্ৰকাশ কৰিছে । জনগোষ্ঠীয় লোক সকলৰ বহুতো সুৰক্ষিত ভূমি বহু বছৰ ধৰি অবৈধ...

ব্ৰেকিং নিউজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি অপৰিবৰ্তিত: কোকৰাঝাৰ চহৰ জলমগ্ন

  বৰ্তমানেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপৰিবৰ্তিত বান পৰিস্থিতি। কিছুমান স্থানত পানী হ্ৰাস হৈছে যদিও আৰম্ভ হৈছে নানা ৰোগ-ব্যাধি । বিগত দুদিন ধৰি অব্যাহত থকা...

ব্ৰেকিং নিউজ

প্ৰিয়ংকা এতিয়া অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়:পৰবৰ্তী বেণ্ড এম্বেচাদৰ অক্ষয় হব নেকি?

  প্ৰিয়ংকা চোপ্ৰাৰ এতিয়া অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় । এই কথা টুইটাৰ যোগে প্ৰকাশ কৰে অসমৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। মন্ত্ৰী...

ব্ৰেকিং নিউজ

সমগ্ৰ ৰাজ্যতে দুটাকৈ ভূমিকম্পৰ জোকাৰণি: অৰুণাচলৰ কামেং উৎপত্তিস্থল

  সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলতে ভূমিকম্পৰৰ জোকাৰণি । ২.৫৩ বজাত ভূমিকম্পৰ জোকাৰণি হয়। দুটাকৈ ভূমিকম্পয়ে জোকাৰি যায় উত্তৰ পূৰ্বাঞ্চল। প্ৰথম...

ব্ৰেকিং নিউজ শীৰ্ষ বাতৰি

ৰাজ্যৰ বানপীড়িতক সহায়ৰ কাৰণে আহ্বান পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ তথা অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ

  ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকলোকে অসমৰ বানাক্ৰান্তৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আহ্বান কৰিলে অসমৰ পৰ্যটন বিভাগৰ বেণ্ড এম্বেচাদৰ...

ব্ৰেকিং নিউজ

পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক : বিহাৰত যুৱকক মাৰ পিট, বিষ খোৱাই হত্যা

  বিহাৰত পৰস্ত্ৰীৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত এজন যুৱকক মাৰ পিট কৰি , বিষ খোৱাই হত্যা কৰা হৈছে । বিহাৰৰ কাটিহাৰ জিলাৰ ৰাউতেলাত এই ঘটনা সংঘটিত হৈছে । বিবাহিত...