হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা:শীৰ্ষ স্থানত লক্ষ্মিমপুৰৰ মেঘাশ্ৰী বৰা

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা:শীৰ্ষ স্থানত লক্ষ্মিমপুৰৰ মেঘাশ্ৰী বৰা

আজি ২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ঘোষণা কৰিলে ছেবায়ে । এইবছৰ উত্তীৰ্ণ হৈছে ৬০.২৩ শতাংশ।

লক্ষিমপুৰ জিলাৰ শংকৰদেৱ শিশু বিদ্যা নিকেটনৰ মেঘাশ্ৰী বৰায়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । মেঘাশ্ৰী বৰায়ে ৫৯৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৬ টা বিষয়ত ।

এইবাৰ ৩,৩৬,২০৩ গৰাকী পৰীক্ষা অবতীৰ্ণ হৈছিল । হাই মাদ্ৰাছাত ৯১২৭ গৰাকী পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল ।

ছাত্ৰ আছিল ১৬,০,২৬৪ গৰাকী । ২৪৯১৮ ছাত্ৰয়ে প্ৰথম স্থান দখল কৰে, ৩৪৮৬৬ য়ে দ্বিতীয় স্থান, ৪০৬৯১ য়ে তৃতীয় স্থান দখল কৰে ।

ছাত্ৰীৰ সংখ্যা আছিল ১,৭৯,২২৪ গৰাকী। ইয়াৰে প্ৰথম স্থান দখল কৰে ২,৩৬৮১ গৰাকীয়ে, দ্বিতীয় স্থান দখল কৰে ৩,৬১৫৪ গৰাকী আৰু তৃতীয় স্থান দখল কৰে ৪,২১৯৮ গৰাকীয়ে।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com