ঐশ্বৰ্য্য ৰায় বচ্চনৰ জন্মদিন; পৰিয়ালৰ সৈতে পালন কৰিলে জন্মদিন,ফটো

ঐশ্বৰ্য্য ৰায় বচ্চনৰ জন্মদিন; পৰিয়ালৰ সৈতে পালন কৰিলে জন্মদিন,ফটো

বলীউডৰ সুন্দৰ অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনৰ যোৱা বৃহস্পতিবাৰে সম্পূৰ্ন হ'ল ৪৫বছৰ । এই বিশেষ মূহৰ্ত্তত পৰিয়ালৰ সদস্য সকলে জন্মদিন পালন কৰি আৰু বিশেষ কৰি তুলে । হয়,অভিনেত্ৰী গৰাকীয়ে নিজ মাতৃ বৃন্দা ৰায়,স্বামী অভিষেক বচ্চন,কন্যা আৰাধ্যা আৰু পৰিয়ালৰ অন্য সদস্য সকলৰ সৈতে পালন কৰে জন্মদিন । ঐশ্বৰ্য্যই নিজে নিজ ইনষ্টাগ্ৰাম একাউণ্টৰ জড়িয়তে প্ৰকাশ কৰিলে ফটো । তলত ফটো প্ৰকাশ কৰা হ'ল………

https://www.instagram.com/p/BpoJeZxn1eW/

https://www.instagram.com/p/BpoJwohHCn_/

https://www.instagram.com/p/BpoKeHenw02/

https://www.instagram.com/p/Bpqd7KqH6eu/

https://www.instagram.com/p/BpqioywHxcF/

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com