২য় বাৰলৈ মাতৃত্ব হৈ এতিয়া পুনৰ সুস্থ মীৰা ৰাজপুত লগতে গৰ্ভৱতীৰ সময়ত কৰা এটি বিজ্ঞাপনে মীৰাক দেখা গৈছে অভিনেত্ৰী হিচাপে;ফটো আৰু ভিডিঅ'

২য় বাৰলৈ মাতৃত্ব হৈ এতিয়া পুনৰ সুস্থ মীৰা ৰাজপুত লগতে গৰ্ভৱতীৰ সময়ত কৰা এটি বিজ্ঞাপনে মীৰাক দেখা গৈছে অভিনেত্ৰী হিচাপে;ফটো আৰু ভিডিঅ'

বলীউড জগতৰ চকলেট বয় খ্যাত চাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুত আজিকালি কিবা নহয় কিবা কাৰনত চৰ্চাৰ মাজলৈ আহি থাকে । আজি মীৰা ৰাজপুতৰ নতুন ৰূপ সন্মুখলৈ আহিল । সন্মুখলৈ অহা মীৰা ৰাজপুতৰ এই ছবি অথবা ফটো কন্যা মিশা কাপুৰৰ স্কুলৰ বাহিৰৰ । য'ত মীৰাই মিশাক লৈ স্কুলত উপস্থিত হয় । এই ক্ষনত মীৰা আৰু মিশাক একেলগে অতি সুন্দৰ দেখা হৈছিল ।

কিছুদিন পূৰ্বে মীৰাই মুম্বাইৰ হিন্দুজা হাস্পতালত এটা পুত্ৰ সন্তানক জন্ম দিয়ে । তাৰ পিছতে মীৰা একেৰাহে কেমেৰাৰ সন্মুখত ধৰা দি আছে । যিয়ে হঁওক পুত্ৰ সন্তানৰ জন্মৰ কিছু কম দিনৰ ভিতৰতে মীৰা সম্পূৰ্ন ৰূপে সুস্থ হৈ উঠিছে ।

চ'চিয়েল মিডিয়াত মীৰাৰ ফটো সমূহ সকলোৱে খুউব পছন্দ কৰিছে । যেতিয়াৰ পৰা বলীউডৰ অভিনেতা ছাহিদৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে সেই দিন ধৰি মীৰা প্ৰায় সময়তে চ'চিয়েল মিডিয়াৰ চৰ্চাৰ মাজলৈ আহি থকা দেখা গৈছে । ইয়াৰোপৰি,গৰ্ভৱতীৰ সময়ত মীৰাই এক বিজ্ঞাপনৰ বাবে কস্মেটিক প্ৰডাক্ট কোম্পানীৰ সৈতে স্বাক্ষৰ কৰে । মুক্তি পোৱা বিজ্ঞাপনটিত মীৰাক কোনো বলীউড অভিনেত্ৰীতকৈ কম লগা নাই । তলত ভিডিঅ'টি তলত প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/BmJgg1_no9W/?utm_source=ig_embed&utm_campaign=embed_loading_state_camera

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com