Begin typing your search above and press return to search.

ক'ৰ'না পজিটিভ হ'ল প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জী

তেওঁ বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।

কৰনা পজিটিভ হল প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Aug 2020 8:34 AM GMT

ক'ৰ'না পজিটিভ হৈছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জী। প্ৰাপ্ত তথ্য অনুসৰি ৮৪ বছৰীয়া প্ৰাক্তনগৰাকীৰ স্বাৱ পৰীক্ষাত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। আজি তেওঁ নিজেই এই কথা প্ৰকাশ কৰে। লগতে তেওঁ বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে। ইতিমধ্যে অগনন লোকে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

আৰু পঢ়িব পাৰেঃ ৪৫০ কিলোমিটাৰ বাইক ৰেলী উলিয়াই ক'ৱিড আক্ৰান্ত নাৰ্ছক প্লাজমা দান

Next Story
চাকৰি