অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩২৮৫লৈ বৃদ্ধি, আৰু ১৯৩ জন পজিটিভ চিনাক্ত

এই ১৯৩ ক’ৰ’না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩২৮৫লৈ বৃদ্ধি, আৰু ১৯৩ জন পজিটিভ চিনাক্ত
Published on

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩২৮৫লৈ বৃদ্ধি, আৰু ১৯৩ জন পজিটিভ চিনাক্ত

অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩২৮৫ জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ ১৯৩ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ১৯৩ ক'ৰ'না আক্ৰান্ত ৰাজ্যৰ বিভিন্ন জিলাৰ। ফলত ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০২৭ জনলৈ বৃদ্ধি পাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com