অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫২জনলৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত

দুয়োজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে।
অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫২জনলৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত
Published on: 

অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫২জনলৈ বৃদ্ধি, আৰু দুজন পজিটিভ চিনাক্ত

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উদ্বেগজনক হৈ আছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩৫২জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ দুজন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয় । এই ক'ৰ'না আক্ৰান্তদ্বয় নগাঁও আৰু হোজাইৰ। দুয়োজন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com