অসমত আৰু ৪ জন ক'ৰ'না ৰোগীৰ মৃত্যুঃ মুঠ মৃতকৰ সংখ্যা ৯৮লৈ বৃদ্ধি

মন্ত্ৰী শৰ্মাই এই সম্পৰ্কত এটা টুইটত কয় যে হোজাই, কামৰূপ মহানগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত চাৰিজন ক'ৰ'না ৰোগীৰ মৃত্যু হৈছে।
অসমত আৰু ৪ জন ক'ৰ'না ৰোগীৰ মৃত্যুঃ মুঠ মৃতকৰ সংখ্যা ৯৮লৈ বৃদ্ধি
Published on

ৰাজ্যত আৰু চাৰিজন ক'ৰ'না আক্ৰান্তই প্ৰাণ হেৰুৱালে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰিছে। মন্ত্ৰী শৰ্মাই এই সম্পৰ্কত এটা টুইটত কয় যে হোজাই, কামৰূপ মহানগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত চাৰিজন ক'ৰ'না ৰোগীৰ মৃত্যু হৈছে। এই দুৰ্ভগীয়া কেইজন হৈছে হোজাইৰ মানিক সাহা(৬৮), কামৰূপ মহানগৰৰ মিনু বনিক(৩০), যোৰহাটৰ গোপাল দাস(৬৮) আৰু ডিব্ৰুগড়ৰ বিজয় সৰকাৰ(৫৯)।

ইয়াৰ লগে মন্ত্ৰী শৰ্মাই এই সম্পৰ্কত এটা টুইটত কয় যে হোজাই, কামৰূপ মহানগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত চাৰিজন ক'ৰ'না ৰোগীৰ মৃত্যু হৈছে।ৰাজ্যত ক'ৰ'না মহামাৰীত মৃতকৰ সংখ্যা ৯৮ লৈ বৃদ্ধি পাইছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com