Begin typing your search above and press return to search.

সশস্ত্ৰ সীমা বলত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

সশস্ত্ৰ সীমা বল(এছ এছ বি)-এ কনিষ্টবল নিযুক্তিবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সশস্ত্ৰ সীমা বলত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Aug 2020 2:39 PM GMT

খালী পদৰ সংখ্যাঃ ১,৫২২টা।

দৰমহাঃ মাহিলী ২১,৭০০ টকাৰ পৰা ৬৯,১০০টকা।

বয়সৰ সীমাঃ ১৮-ৰ পৰা ২৭ বছৰ।

নিযুক্তিৰ স্থানঃ দেশৰ যিকোনো স্থানত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০।

আবেদনৰ মাচুলঃ ১০০টকা। অৱশ্যে এছ চি-এছ টি আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে। আবেদনৰ মাচুল নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা ট্ৰেজাৰী চালানযোগে দিব লাগিব।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

ঠিকনাঃ Ministry of Home Affairs, Office of the Director-General, Sashastra Seema Bal, New Delhi-66 Selection।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ কেন্দ্ৰীয় আঁহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠানত যুৱ পেশাদাৰী মকৰল

Next Story
চাকৰি