কেন্দ্ৰীয় আঁহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠানত যুৱ পেশাদাৰী মকৰল

আই চি এ আৰ-কেন্দ্ৰীয় আঁহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠানত যুৱ পেশাদাৰী মকৰলৰ বাবে আবেদন বিচৰা হৈছে।
কেন্দ্ৰীয় আঁহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠানত যুৱ পেশাদাৰী মকৰল
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৪৫ বছৰ।

নিযুক্তিৰ স্থানঃ তিৰুৱনন্তপুৰম।

আবেদনৰ নিয়মঃ অনুমোদিত আবেদন প-পত্ৰ সম্পূৰ্ণকৈ পূৰণ কৰি অহা ২৪ আগষ্টৰ ভিতৰত ICAR - CTCRI, Bhubaneswar, Odisha-751019 email- kalidas.pati@icar.gov.in copy to maniyam.nedunchezhiyan@icar.gov.in-ত জমা দিব পাৰে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৮-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com