ভাৰতীদশন বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ প্ৰয়োজন

ভাৰতীদশন বিশ্ববিদ্যালয়ে প্ৰকল্প সহায়ক নিয়োগৰ বাবে আবেদন বিচাৰিছে।
ভাৰতীদশন বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ তিৰুচিৰাপল্লী

দৰমহাঃ ১২ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে বায়োডাটা প্ৰেৰণ কৰিব পাৰে। বায়োডাটাসহ আবেদন Dr.M.Anusuyadevi Jayachandran (Principal Investigator), CSRI (project), Department of Biochemistry, Bharathidasan University, Trichy-ত পাব লাগবি। ছফট কপিও janushyas@bdu.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com