Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় কলেৰা-অন্ত্ৰ ৰোগ প্ৰতিষ্ঠানত নিয়োগ
ৰাষ্ট্ৰীয় কলেৰা আৰু অন্ত্ৰ ৰোগ প্ৰতিষ্ঠান (NICED)-এ কনিষ্ঠ মহামাৰী পৰামৰ্শদাতা নিয়োগৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ ০১-০৯-২০২০ত ৪৫ বছৰতকৈ অধিক হব নালাগিব।
নিযুক্তিৰ স্থানঃ কলকাতা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-০৯-২০২০।
আবেদনৰ নিয়মঃ ICMR - National Institute of Cholera & Enteric Diseases (NICED II Building within ID & BG Hospital Campus) P – 33, C.I.T. Road, Scheme – XM, Beliaghata, Kolkata – 700 010-ত মৌখিক সাক্ষাতকাৰলৈ অনুষ্ঠিত হব। এই সাক্ষাতকাৰলৈ আহোঁতে প্ৰাৰ্থীয়ে আবেদন পত্ৰ লগত আনিব লাগিব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ এডুকেচনেল কনছালটেণ্ট ইণ্ডিয়া লিমিটেডত চাকৰি
Next Story