Begin typing your search above and press return to search.

এডুকেচনেল কনছালটেণ্ট ইণ্ডিয়া লিমিটেডত চাকৰি

এডুকেচনেল কনছালটেণ্ট ইণ্ডিয়া লিমিটেডে প্ৰকল্প প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এডুকেচনেল কনছালটেণ্ট ইণ্ডিয়া লিমিটেডত চাকৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Aug 2020 12:52 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ০১-০৭-২০২০-ত ৪০ বছৰতকৈ অদিক হব নালাগিব। অৱশ্যে এছ চি-এছ টি, শাৰীৰিকভাবে অক্ষম আৰু মহিলা প্ৰাৰ্থীয়ে পাঁচ বছৰ বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ নয়ডা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৮-২০২০।

দৰমহাঃ মাহিলী ১ লাখ টকা।

আবেদনৰ নিয়মঃ আবেদন http://www.edcilindia.co.in/TCareersচাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ হিন্দুস্তান প্ৰিফেব লিমিটেডত পদখালী

Next Story