এডুকেচনেল কনছালটেণ্ট ইণ্ডিয়া লিমিটেডত চাকৰি

এডুকেচনেল কনছালটেণ্ট ইণ্ডিয়া লিমিটেডে প্ৰকল্প প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
এডুকেচনেল কনছালটেণ্ট ইণ্ডিয়া লিমিটেডত চাকৰি

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ০১-০৭-২০২০-ত ৪০ বছৰতকৈ অদিক হব নালাগিব। অৱশ্যে এছ চি-এছ টি, শাৰীৰিকভাবে অক্ষম আৰু মহিলা প্ৰাৰ্থীয়ে পাঁচ বছৰ বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ নয়ডা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৮-২০২০।

দৰমহাঃ মাহিলী ১ লাখ টকা।

আবেদনৰ নিয়মঃ আবেদন http://www.edcilindia.co.in/TCareersচাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com