Begin typing your search above and press return to search.

হিন্দুস্তান প্ৰিফেব লিমিটেডত পদখালী

হিন্দুস্তান প্ৰিফেব লিমিটেডে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

হিন্দুস্তান প্ৰিফেব লিমিটেডত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Aug 2020 11:21 AM GMT

পদৰ নামঃ কনছালটেণ্ট ড্ৰাইভাৰ।

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ০১-০৮-২০২০-ত প্ৰাৰ্থীৰ বয়স ৬২বছৰতকৈ অদিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭-০৮-২০২০।

আবেদনৰ নিয়মঃ পদবীৰ নাম, প্ৰাৰ্থীৰ নাম উল্লেখ কৰি শৈক্ষিক, বয়স, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰৰ কপি অহা ২৭ আগষ্ট বা তাৰ পূৰ্বে পোৱাকৈ P&A Deptt., Hindustan Prefab Limited, Jangpura, New Delhi-110014-লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ ভাৰতীয় নৌ-সেনাৰ চিভিলিয়ান ৰিক্ৰুইটমেণ্ট

Next Story
চাকৰি