পদৰ নামঃ ইঞ্জিন ড্ৰাইভাৰ
খালী পদৰ সংখ্যাঃ ২টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৪-০৯-২০২০।
নিযুক্তিৰ স্থানঃ কোচি।
বয়সৰ সীমাঃ ১৮-ৰ পৰা ২৫ বছৰ।
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা।
আবেদনৰ নিয়মঃ The Flag Officer Commanding-in-Chief, {for Staff Officer(Civilian Recruitment Cell)}, Headquarters Southern Naval Command, Kochi – 682004-লৈ ০৫ ছেপেটম্বৰ বা তাৰ পূৰ্বে আবেদন প্ৰেৰণ কৰিব পাৰে।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত ব্যৱস্থাপনা বিশেষজ্ঞ নিযুক্তি