

যোৱা শুক্ৰবাৰে কাজিৰঙাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে কঁহৰা আদৰ্শ চিকিৎসালয় আৰু চিকিৎসালয় খন কঁহৰাৰ মুক্তি যুঁকাৰু বেজা বৈষ্ণৱৰ নামত সমৰ্পিত কৰে ।ইয়াৰোপৰি বোকাখাটৰ কুশল কোঁৱৰ চিকিৎসালয় খনৰ আধাৰশিলা স্থাপন কৰে আৰু মুক্তি যুঁজাৰু কমলা মিৰি নামত সমৰ্পিত কৰে । অনুষ্ঠান খনত কৃষি মন্ত্ৰী অতুল বড়া উপস্থিত থাকি মত প্ৰকাশ কৰে যে,যোৱা ৭বছৰ ধৰি নিৰ্মান কাম চলি থকা আদৰ্শ চিকিৎসালয় খন উদ্ধোধনী কৰে আৰু চিকিৎসালয় খনে স্থানীয় ৰাইজক সহায় আগবঢ়াব বুলি মত প্ৰকাশ কৰে লগতে বিশেষকৈ পৰ্যটক আৰু বনাঞ্চল গাৰ্ডৰ সহায় হ'ব বুলি মত প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ।
