২০২৩ চনৰ ৰাষ্ট্ৰীয় বীৰত্ব বঁটাৰ বাবে নিৰ্বাচিত অসম সন্তান

উত্তম তাঁতিয়ে মাত্ৰ ১০ বছৰ বয়সতে এগৰাকী মহিলা আৰু তেওঁৰ সন্তানক বানপানীৰ পৰা ৰক্ষা কৰিছিল।
২০২৩ চনৰ ৰাষ্ট্ৰীয় বীৰত্ব বঁটাৰ বাবে নিৰ্বাচিত অসম সন্তান
Published on

গুৱাহাটীঃ সাহস বয়সৰ আশে-পাশে ঘূৰি নাথাকে,তাকে প্ৰমাণ কৰিলে অসমৰ এজন ১৩ বছৰীয়া শিশুৱে। অসমৰ ঢেকীয়াজুলি জিলাৰ উত্তম তাঁতী ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় বীৰত্ব বঁটাৰ বাবে নিৰ্বাচিত হৈছে। ২০১৯ চনৰ বানপানীত উত্তম তাঁতীয়ে ৫ বছৰীয়া ল'ৰা এটাৰ লগতে এগৰাকী মহিলাক ৰক্ষা কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com