Begin typing your search above and press return to search.

ক'ৰ'নাঃ উত্তৰ লখিমপুৰত দুটা কণ্টেইনমেণ্ট জ'ন ঘোষণা

লখিমপুৰ জিলাত সোমবাৰে মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ৫০০ ঘৰ অতিক্ৰম কৰে।

কৰনাঃ উত্তৰ লখিমপুৰত দুটা কণ্টেইনমেণ্ট জন ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2020 6:30 AM GMT

ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত জিলা প্ৰশাসনে দুটা কণ্টেইনমেণ্ট জ'ন বা মণ্ডল ঘোষণা কৰিছে। জিলা প্ৰশাসনে জাৰি কৰা এক জাননী অনুসৰি উত্তৰ লখিমপুৰ নগৰৰ ১০ নম্বৰ ৱাৰ্ আৰু লীলাবাৰীস্থিত ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত কণ্টেইনমেণ্ট মণ্ডল ঘোষণা কৰা হৈছে। এই বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত ১৭জন ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এনে ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, লখিমপুৰ জিলাত সোমবাৰে মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যাই ৫০০ ঘৰ অতিক্ৰম কৰে।

আৰু পঢ়িব পাৰেঃ অসমত ছেপ্টেম্বৰত শিক্ষানুষ্ঠান পুনৰ মুকলিৰ সম্ভাৱনা !

Next Story
চাকৰি