Begin typing your search above and press return to search.

ধুবুৰীৰ গৌৰীপুৰ নগৰৰ ২, ৩ নম্বৰ ৱাৰ্ডক কণ্টেইনমেণ্ট মণ্ডল ঘোষণা

যোৱা কিছুদিনত ৱাৰ্ড দুটাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়

ধুবুৰীৰ গৌৰীপুৰ নগৰৰ ২, ৩ নম্বৰ ৱাৰ্ডক কণ্টেইনমেণ্ট মণ্ডল ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2020 8:11 AM GMT

ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাৰ গৌৰীপুৰ নগৰৰ ২ আৰু ৩ নম্বৰ ৱাৰ্ডক কণ্টেইনমেণ্ট মণ্ডল বা জ'নৰূপে ঘোষণা কৰিছে জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই। এই সম্পৰ্কীয় এক নিৰ্দেশ জাৰি কৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে কয় যে এই নিৰ্দেশনা তাত্ক্ষণিকভাবে বলবত হৈছে। যোৱা কিছুদিনত ৱাৰ্ড দুটাত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়।ইতিমধ্যে প্ৰশাসন তথা স্বাস্থ্য বিভাগে নগৰখনত জন সমষ্টিভিত্তিক নমুনা পৰীক্ষাৰ কাম আৰম্ভ কৰিছে।

আৰু চাব পাৰে কিশোৰক বেত্ৰাঘাত কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস জি পি সিঙৰ

Next Story
চাকৰি