তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে ভুটানৰ ৰজাৰ শুভেচ্ছাবাৰ্তা হিমন্ত বিশ্ব শৰ্মালৈ

দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে জিগমে খেছাৰ নামগিয়েল ৱাংচুকে হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনায়।
তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে ভুটানৰ ৰজাৰ শুভেচ্ছাবাৰ্তা হিমন্ত বিশ্ব শৰ্মালৈ
Published on

গুৱাহাটীঃ দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ শপত গ্ৰহণ উপলক্ষে জিগমে খেছাৰ নামগিয়েল ৱাংচুকে হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনায়।

ৰজাৰ হৈ ভুটানৰ এজন বিশেষ দূত গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ আহি ড° শৰ্মাক শুভেচ্ছাবাৰ্তা প্ৰদান কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, “ৰজাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনাৰ বাবে মই কৃতজ্ঞ। মই নিশ্চিত যে অসমে অসম-ভুটান সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে দুয়োখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যিয়ে দক্ষিণ-পূব এছিয়া অঞ্চলৰ বিকাশতো সহায় কৰিব।”

অধিক পঢ়ক - হিমন্ত বিশ্ব শৰ্মাই- নীতিন নবিনক সাক্ষাৎ কৰি মন্ত্ৰীসভা সম্প্ৰসাৰণকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com