১ মে’ৰ পৰা বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত জিপ্চি আৰু হাতী ছাফাৰী

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ জিপ্সি এণ্ড এলিফেণ্ট ছাফাৰী অহা ১ মে’ৰ পৰা পৰৱৰ্তী অধিসূচনা নোহোৱালৈকে দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব।
১ মে’ৰ পৰা বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত জিপ্চি আৰু হাতী ছাফাৰী
Published on

মঙ্গলদৈ: মঙ্গলদৈ বন্যপ্ৰাণী বিভাগৰ বন সংৰক্ষক (DFO) প্ৰদীপ্ত বৰুৱাই জাৰি কৰা এখন চৰকাৰী আদেশ অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত অঞ্চল (ONPTR)-ত জিপ্সি আৰু হাতী ছাফাৰী ১ মে’ৰ পৰা পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে পৰ্যটকসকলৰ বাবে বন্ধ থাকিব।

অধিক পঢ়ক - ওদালগুৰিত অবৈধ বালি খননৰ ফলত শতিকা পুৰণি শিৱমন্দিৰ আৰু শ্মশানৰ প্ৰতি ভাবুকি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com