চাকৰি

সমাজ কল্যাণ বিভাগত পোষণ অভিযানত জিলা প্ৰকল্প সহায়ক নিযুক্তি

Sentinel Digital Desk

পদৰ নামঃ জিলা প্ৰকল্প সহায়ক

নিযুক্তিৰ স্থানঃ বঙাইগাঁও, ধুবুৰী আৰু যোৰহাট

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীক ই-মেইলযোগে জনোৱা হব। এই ই-মেইলত সাক্ষাতকাৰৰ তাৰিখ আৰু স্থানৰ বিষয়ে প্ৰাৰ্থীক অৱগত কৰা হব।