Begin typing your search above and press return to search.
সমাজ কল্যাণ বিভাগত পোষণ অভিযানৰ অধীনত নিযুক্তি
ৰাজ্যিক সমাজ কল্যাণ বিভাগে পোষণ অভিযান, অসমৰ অধীনত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

পদৰ নামঃ খণ্ড প্ৰকল্প সহায়ক(ঠিকাভিত্তিক)
নিযুক্তিৰ স্থানঃ বঙাইগাঁও, ধুবুৰী, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, বাগসা, দৰং, ওদালগুৰি, বিশ্বনাথ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীক ই-মেইলযোগে জনোৱা হব। এই ই-মেইলত সাক্ষাতকাৰৰ স্থান আদিৰ বিষয়ে প্ৰাৰ্থীক অৱগত কৰা হব।
আৰু চাব পাৰেঃ গাণনিক সহায়ক নিযুক্তিৰ বাবে ছেবাৰ আবেদন আহ্বান
Next Story