চাকৰি

বিমানকোঠ কৰ্তৃপক্ষৰ কনিষ্ঠ কাৰ্যবাহী নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৮০টা।

দৰমহাঃ মাহিলী ৪০ হেজাৰ টকাৰ পৰা ১লাখ ৪০ হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ২৭ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২০।

আবেদনৰ মাচুলঃ ৩০০টকা। কেৱল অনলাইনত প্ৰেৰণ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি আৰু মহিলা প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।