Begin typing your search above and press return to search.

বিষয়া নিযুক্তিৰ বাবে ছেবিৰ আবেদন আহ্বান

ভাৰতীয় শ্বেয়াৰ বজাৰ তদাৰকী সংস্থা(ছেবি)য়ে এ-গ্ৰেড বিষয়া নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

বিষয়া নিযুক্তিৰ বাবে ছেবিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2020 11:28 AM GMT

খালী পদৰ সংখ্যাঃ ১৪৭টা।

দৰমহাঃ ২৮,১৫০টাৰ পৰা ৫৫,৬০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-১০-২০২০।

বয়সৰ সীমাঃ ২০২০ৰ ২৯ ফেব্ৰুৱাৰীত ৩০ বছৰতকৈ অধিক হব নালাগিব।

আবেদনৰ নিয়মঃ অনলাইন আবেদন প্ৰ-পত্ৰত এক নম্বৰ পৰ্যায়ত তিনিটা কেন্দ্ৰ বাছিব পাৰিব। দ্বিতীয় পৰ্যায়ত এটা কেন্দ্ৰ বাছিব পাৰিব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থীয়ে বাছনি কৰি দিয়া কেন্দ্ৰ পৃথক হব পাৰে। এই বিষয়ে অনলাইন প্ৰ-পত্ৰত উল্লেখ কৰিব লাগিব। পৰীক্ষা কেন্দ্ৰত প্ৰাৰ্থীয়ে নিজা ব্যৱস্থাৰে উপস্থিত হব লাগিব। ছেবিয়ে থকা-খোৱাৰ কোনো ব্যৱস্থা নকৰে। কোনো বস্তু হৰণ-ভগনৰ দায়িত্ব ছেবিয়ে গ্ৰহণ নকৰে। অহা ৩১ জুলাইলৈকে অনলাইনত আবেদন জনাব পাৰিব।

প্ৰাৰ্থী বাছনিঃ অনলাইন পৰীক্ষা। বস্তুনিষ্ঠ প্ৰশ্ন।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

আৰু চাব পাৰেঃ গুৱাহাটীত আধাৰ কৰ্তৃপক্ষৰ বিষয়া নিযুক্তি

Next Story
চাকৰি