Begin typing your search above and press return to search.
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষৰ বিষয়া নিযুক্তি
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষই বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হব লাগিব।
কাৰ্যালয়ৰ ঠিকনাঃ Assistant Director.General (HR), Unique Identification Authority of India (UIDAI). Regional Office, Block-V, 1st Floor, Housefed Complex, Dispur, Guwahati -781006 ।
প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ অসম লোকসেৱা আয়োগৰ কনিষ্ঠ অভিযন্তা নিযুক্তি
Next Story