Begin typing your search above and press return to search.

অসম লোকসেৱা আয়োগৰ কনিষ্ঠ অভিযন্তা নিযুক্তি

অসম লোকসেৱা আয়োগে কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।

অসম লোকসেৱা আয়োগৰ কনিষ্ঠ অভিযন্তা নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2020 9:11 AM GMT

খালী পদৰ সংখ্যাঃ ৩৬৮টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ০১-০১-২০২০ত ১৮বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অদিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৯-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অসম শক্তি উত্পাদন নিগম লিমিটেডত পদখালী

Next Story