খালী পদৰ সংখ্যাঃ ০১টা।
দৰমহাঃ ৪২ হেজাৰ টকাৰ পৰা ১ লাখ ১৬ হেজাৰ টকা।
গ্ৰেড পে ২০হেজাৰ টকা আৰু অন্যান্য ভাট্টা।
বয়সৰ সীমাঃ ৪৫ বছৰৰ পৰা ৫৫ বছৰ।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-০৯-২০২০।
আবেদনৰ নিয়মঃ APGCL-ৰ ৱেবছাইট www.apgcl.org-ত সকলো তথ্য পাব।
আৰু পঢ়িব পাৰেঃ অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ প্ৰয়োজন