Begin typing your search above and press return to search.
অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ প্ৰয়োজন
অইল ইণ্ডিয়া লিমিটেডে এইচ এম ভি অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নামঃ Operator- I (HMV)
খালী পদৰ সংখ্যাঃ ৩৬টা।
দৰমহাঃ ১৬ হেজাৰ টকাৰ পৰা ৩৪হেজাৰ টকা।
বয়সৰ সীমাঃ ১৮ বছৰৰ পৰা ৩০বছৰ।
নিযুক্তিৰ স্থানঃ অসম।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু গধুৰ বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ।
আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে https://www.oil-india.com/Current_openNew.aspx-চাওক।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ চিকিত্সা-স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ চাকৰিৰ আবেদন আহ্বান
Next Story