চিকিত্সা-স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ চাকৰিৰ আবেদন আহ্বান

অসমৰ চিকিত্সা আৰু স্বাস্থ্য নিযুক্তি ব’ৰ্ডে চিকিত্সা বিষয়া(critical care) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
চিকিত্সা-স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ চাকৰিৰ আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ ১৬৯টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১ আগষ্ট,২০২০।

নিযুক্তিৰ স্থানঃ অসম।

বয়সৰ সীমাঃ ২০২০ৰ ০১ জানুৱাৰীত ২১ বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব।

দৰমহা গাঁথনিঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা। গ্ৰেড পে ১২,৭০০টকা।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ। আবেদনৰ নিয়মঃ অহা ৩১ আগষ্টলৈকে আবেদন গ্ৰহণ কৰা হ'ব।

আবেদন জনোৱাৰ বাবে https://nhm.assam.gov.in.চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com