বি এছ এফত কনিষ্টবল নিযুক্তি

সীমা সুৰক্ষা বাহিনী(বি এছ এফ)-এ কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বি এছ এফত কনিষ্টবল নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ৭টা।

দৰমহাঃ মাহিলী ২১,৭০০টকাৰ পৰা ৬৯,১০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৪৫বছৰতকৈ অধিক হ'ব নালাগিব।

চাকৰিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Dy. Inspector General (Staff), Directorate General, BSF, Block No.4, CGO Complex, Lodhi Road, New Delhi – 110003।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com