Top
Begin typing your search above and press return to search.

জি আই পি এছ, তেজপুৰত সহকাৰী অধ্যাপক নিযুক্তি

জি আই পি এছ, তেজপুৰে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

জি আই পি এছ, তেজপুৰত সহকাৰী অধ্যাপক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2020 1:09 PM GMT

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত পদখালী

তেজপুৰৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ০৫টা।

আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ২৫ আগষ্টৰ ভিতৰত giosteznur@gmail.com-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু পঢ়িব পাৰেঃ অতিথি অধ্যাপক নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

Next Story