চাকৰি
জি আই পি এছ, তেজপুৰত সহকাৰী অধ্যাপক নিযুক্তি
জি আই পি এছ, তেজপুৰে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত পদখালী
তেজপুৰৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ০৫টা।
আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ২৫ আগষ্টৰ ভিতৰত giosteznur@gmail.com-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।
আৰু পঢ়িব পাৰেঃ অতিথি অধ্যাপক নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

