Begin typing your search above and press return to search.

অতিথি অধ্যাপক নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

তেজপুৰ বিশ্ববিদ্যালয়ে অতিথি অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অতিথি অধ্যাপক নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2020 1:00 PM GMT

খালী পদৰ সংখ্যাঃ ২ টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ Google Meet-ৰ জৰিয়তে প্ৰাৰ্থী বাছনি সমিতিৰ সন্মুখত মৌখিক সাক্ষাতকাৰত অৱতীৰ্ণ হব লাগিব।

আবেদনৰ নিয়মঃ আবেদন প্ৰ-পত্ৰৰ সৈতে বায়োডাটা আৰু আনুসংগিক নথিপত্ৰৰ প্ৰতিলিপি অহা ৩১ আগষ্টৰ সন্ধিয়া পাঁচ বজাৰ ভিতৰত পোৱাকৈ hod_ee@tezu.ernet.in বা hod_edu@tezu.ernet.in-লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ গুৱাহাটীত আধাৰ কৰ্তৃপক্ষৰ সহকাৰী শাখা বিষয়া নিযুক্তি

Next Story