গুৱাহাটীত আধাৰ কৰ্তৃপক্ষৰ সহকাৰী শাখা বিষয়া নিযুক্তি

গুৱাহাটীত আধাৰ কৰ্তৃপক্ষই সহকাৰী শাখা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষৰ সহকাৰী শাখা বিষয়া নিযুক্তি

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হব লাগিব। কাৰ্যালয়ৰ ঠিকনাঃ Assistant Director.General (HR), Unique Identification Authority of India (UIDAI). Regional Office, Block-V, 1st Floor, Housefed Complex, Dispur, Guwahati -781006 ।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com