Begin typing your search above and press return to search.

কেন্দ্ৰীয় কেবিনেট সচিবালয়ত অবৰ সচিব নিযুক্তি

কেন্দ্ৰীয় কেবিনেট সচিবালয়ে অবৰ সচিব নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কেন্দ্ৰীয় কেবিনেট সচিবালয়ত অবৰ সচিব নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2020 12:35 PM GMT

খালী পদৰ সংখ্যাঃ 0 ১টা। বয়সৰ সীমাঃ ডেপুটেচনত নিযু্ক্তিৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-১০-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা আৰু সাক্ষাতকাৰ।

কাৰ্যালয়ৰ ঠিকনাঃ Under Secretary (Pers.C), Cabinet Secretariat, Government of India, Room No.1001, 10th Floor, B-1 Wing, Pt. Deen Dayal Antyodaya Bhawan, CGO Complex, Lodhi Road, New Delhi।

আৰু চাব পাৰেঃ অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প বিজ্ঞানীৰ প্ৰয়োজন

Next Story
চাকৰি