অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প বিজ্ঞানীৰ প্ৰয়োজন

অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰকল্প বিজ্ঞানী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প বিজ্ঞানীৰ প্ৰয়োজন
Published on: 

পদৰ নামঃ প্ৰকল্প বিজ্ঞানী(ৰাইচ নলেজ বেংক)

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ বাৰ্ষিক ৪.৮০লাখ টকাৰ পৰা ৫.৮৬লাখ টকা।

নিযুক্তিৰ স্থানঃ যোৰহাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৯-২০২০।

আবেদনৰ নিয়মঃ অহা ২ ছেপ্টেম্বৰৰ ভিতৰত আবেদন পত্ৰ আৰু বায়োডাটা apartaau@aau.ac.in on-লৈ প্ৰেৰণ কৰক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com