নাৰ্ছ নিযুক্তিৰ বাবে গুৱাহাটীৰ এক্সেল কেয়াৰৰ আবেদন আহ্বান

গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালে ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
নাৰ্ছ নিযুক্তিৰ বাবে গুৱাহাটীৰ এক্সেল কেয়াৰৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ৪০টা।

দৰমহাঃ ১৬হেজাৰ টকাৰ পৰা ২৬হেজাৰ টকা।

বয়সৰ সীমাঃ বয়সৰ সীমা নিৰ্ধাৰণ হোৱা নাই।

শিক্ষাগত অৰ্হতাঃ জি এন এম/এম এছ চি নাৰ্ছিং হব লাগিব আৰু অসম নাৰ্ছিং পৰিষদত পঞ্জীয়নভুক্ত হব লাগিব।

অভিজ্ঞতাঃ হাস্পতাল বা নাৰ্ছিং হোমৰ কোনো বিভাগত কাম কৰাৰ নূন্যতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। নতুন প্ৰাৰ্থীয়েও আবেদন জনাব পাৰিব।

আবেদন মাচুল নাই।

কেনেদৰে আবেদন জনাব পাৰিবঃ বায়োডাটাসহ আবেদন পত্ৰ

Manager – HR at rajib.dutta@excelcarehospitals.com- লৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ.১৫-০৯-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com