সমাজ কল্যাণ বিভাগত পোষণ অভিযানৰ অধীনত নিযুক্তি

ৰাজ্যিক সমাজ কল্যাণ বিভাগে পোষণ অভিযান, অসমৰ অধীনত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে
সমাজ কল্যাণ বিভাগত পোষণ অভিযানৰ অধীনত নিযুক্তি
Published on: 

পদৰ নামঃ জিলা প্ৰকল্প সহাকাৰী

খালী পদৰ সংখ্যাঃ ০৩টা।

দৰমহাঃ মাহিলী ১৮হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ বঙাইগাঁও, ধুবুৰী আৰু যোৰহাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

এই পদসমূহত নিযুক্তি সম্পূৰ্ণৰূপে ঠিকাভিত্তিক হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com