উত্তৰ গুৱাহাটী কলেজত সহকাৰী অধ্যাপকৰ প্ৰয়োজন

উত্তৰ গুৱাহাটী কলেজে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
উত্তৰ গুৱাহাটী কলেজত সহকাৰী অধ্যাপকৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ০৪ টা।

বয়সৰ সীমাঃ ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব।

দৰমহাঃ বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউ জি চি)ৰ নিয়মাৱলী অনুসৰি।

আবেদন গ্ৰহণৰ সেষ তাৰিখঃ ০৭-০৯-২০২০।

আবেদনৰ নিয়মঃ আবেদন পত্ৰৰ সৈতে্ ২৫শ টকাৰ মাচুল(অ-প্ৰত্যৰ্পিত) আদায় দিব লাগিব। এই মাচুল উত্তৰ গুৱাহাটী ইউ বি আই শাখাত ভহাব পৰাকৈ জমা দিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com