গুৱাহাটীত চেন্সৰ ব'ৰ্ডৰ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তি

চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন(চেন্সৰ ব’ৰ্ড)-এ গুৱাহাটীত অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটীত চেন্সৰ ব'ৰ্ডৰ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তি

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮, ৭০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।

কাৰ্যালয়ৰ ঠিকনাঃ Under Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com