ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নাৰ্ছ নিযুক্তি

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ষ্টাৰ্ফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নাৰ্ছ নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১০টা।

দৰমহাঃ মাহিলী ১০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

সাক্ষাতকাৰৰ তাৰিখঃ ২৮-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

টোকাঃ সাক্ষাতকাৰত অৱতীৰ্ণ হোৱাৰ বাবে কোনো ধৰণৰ টি এ-ডি এ দিয়া নহ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com