Begin typing your search above and press return to search.
কম্পিউটৰ নিযুক্তিৰ বাবে আবেদন আহ্বান
ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী বাছনি সমিতিয়ে কম্পিউটৰ(মুখ্য কাৰ্যালয় পৰ্যায়ৰ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ দুটা।
দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা। গ্ৰেড পে ৬,২০০টকা আৰু অন্যান্য ভাট্টা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।
আবেদনৰ মাচুলঃ কোনো ধৰণৰ আবেদন মাচুল নালাগে।
কাৰ্যালয়ৰ ঠিকনাঃ Chairman State Level Police Recruitment Board, Assam Rehabari, Guwahati-781008।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু পঢ়িব পাৰেঃ চি আৰ পি এফত বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তি
Next Story